ৰামানুজৰামায়ণ

ৰামানুজন সংখ্যা (Assamese) [ Roman: ra.ma.nu.jon xong.khya]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-04-29
1. Mathematics(Proper Noun-Neuter) 1729 is the natural number following 1728 and preceding 1730. 1729 is known as the Hardy–Ramanujan number after a famous anecdote. ১৭২৯ সংখ্যাটোক ৰামানুজনৰ নামত জনা যায়৷ ইয়াক ২টা ঘনকৰ যোগফল হিচাপে দুই ধৰণেৰে প্ৰকাশ কৰিব পাৰি৷ এই সম্পৰ্কে এক মুখৰোচক কাহিনী আছে৷